অসম উন্নয়ন পৰিষদৰ গুৱাহাটী মহানগৰ সমিতিৰ সাংগঠনিক সভা সম্পন্ন

0 1,256

অসম উন্নয়ন পৰিষদৰ মূখ্য কাৰ্য্যালয়ত গুৱাহাটী মহানগৰ সমিতিৰ এখন সাংগঠনিক সভা অনুস্থিত হৈ যায় ।

আজিৰ সভাত নতুন প্ৰজন্মৰ বহুতো যুৱক-যুৱতীয়ে আনুস্থানিক ভাৱে উন্নয়ন পৰিষদত যোগদান কৰে

আজিৰ সভাত কেন্দ্ৰীয় সমিতিৰ সভাপতি মৌচুম কুমাৰ উজীৰ,সাধাৰন সম্পাদক চন্দন বৰদলৈ,আইনী উপদেষ্টা পাৰ্থপ্ৰতিম বৰদলৈ,মহানগৰ সমিতিৰ সভাপতি কৌশিক বৰাৰ লগতে সম্পাদক শুভম দাস উপস্থিত আছিল ।

media school
Leave A Reply

Your email address will not be published.