মাঘলৈ বিয়া, মাঘত এইবাৰ মামণি নহয় বিয়াত বহিব ৰশ্মিকাহে

0 16,835

বিজয় দেৱেৰাকোণ্ডা আৰু ৰশ্মিকা মান্দন্নাৰ ডেটিংৰ খবৰ বহুদিনৰ পৰাই ইন্টাৰনেটত ঘূৰি আছে। অৱশ্যে, দুয়োজন অভিনেতাই তেওঁলোকৰ সম্পৰ্ক ৰাজহুৱাভাৱে স্বীকাৰ কৰা নাই।

Rashmika Mandanna, Vijay Deverakonda drop major hint about their  relationship

নিউজ 18 তেলেগুৰ শেহতীয়া প্ৰতিবেদন অনুসৰি, দুয়োজনে ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত তেওঁলোকৰ বাগদান সম্পৰ্কে এটা ঘোষণা কৰাৰ পৰিকল্পনা কৰিছে।

যোৱা কেইদিনমানৰ পৰা বিজয় দেৱেৰাকোণ্ডা আৰু ৰশ্মিকা মান্দন্নাৰ বাগদানৰ বিষয়ে বাতৰি ছ’চিয়েল মিডিয়াত ঘূৰি ফুৰিছে। নিউজ ১৮ ৰ এটা প্ৰতিবেদনত দাবী কৰা হৈছে যে ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত দুয়োৰে engagement হ’ব।

শেহতীয়াকৈ, ৰশ্মিকাই হায়দৰাবাদত বিজয় দেৱেৰাকোণ্ডাৰ ঘৰত দেৱালী উদযাপন কৰিছিল। দুয়োকে একেলগে vacation ত যোৱাও দেখা গৈছিল।

Leave A Reply

Your email address will not be published.