ৰাজকন্যাৰ জামিনত সহায় কৰা আৰক্ষীক ৰিজাৰ্ভ ক্ল’জ

0 1,106

ৰাজ্যকন্যা বৰুৱাক জামিনৰ সুযোগ দিয়া দুই আৰক্ষী বিষয়াক ৰিজাৰ্ভ ক্ল’জ ঘোষণা ।
ৰাজপথত শ্ৰমিকক গাড়ীৰে খুন্দিওৱা সুৰামত্ত যুৱতীয়ে জামিন লাভ কৰাৰ পিছতে ৰাজ্যজুৰি সৃষ্টি হৈছিল তীব্র প্ৰতিক্ৰিয়া। আৰু এই সমগ্ৰ ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তদন্ত ঘোষণা কৰিছিল সেইবাবে ৰাজকন্যাক জামিনৰ সুযোগ দিয়া আৰক্ষীৰ বিৰুদ্ধে তদন্তৰ আদেশ জাৰি কৰিছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এছ আই ছাহিৰ আলী আৰু ডব্লিউ এছ আই আভাৰাণী গগৈক কৰিছে ৰিজাৰ্ভ ক্ল’জ।

আৰক্ষী আয়ুক্তালয়ৰ নিৰ্দেশত তাৎক্ষণিকভাৱে লোৱা হৈছে এই ব্যৱস্থা।উল্লেখ্য যে, শনিবাৰে নিশা গুৱাহাটীৰ ৰুক্মিণীগাঁৱত সুৰামত্ত অৱস্থাত গাড়ীৰে ন গৰাকীকৈ শ্ৰমিকক মহতীয়াই নিছিল ৰাজকন্যা বৰুৱাই।

media school
Leave A Reply

Your email address will not be published.