মহেন্দ্ৰ সিং ধোনিৰ অন্তিমখন খেল

0 6,419

ক্ৰিকেট প্ৰেমী সকলৰ বাবে এটা সু খবৰ । অনুৰাগী সকলে শেষবাৰৰ বাবে উপভোগ কৰিব পাৰিব মহেন্দ্ৰ সিং ধোনিৰ অন্তিমখন খেল ।প্ৰবীণ জনে যোৱা মঙলবাৰে ইণ্ডিয়া চিমেণ্টছৰ 75 তম বৰ্ষ উদযাপনৰ সময়ত অনুৰাগীসকলৰ সৈতে এক বাৰ্তালাপ কৰিছিল আৰু সেই সময়তে ধোনীয়ে প্ৰকাশ কৰিছিল যে তেওঁ চেন্নাইত অনুৰাগীসকলৰ সন্মুখত “Cash – Rich League” অন্তিমখন খেল খেলিব।

অনুৰাগীসকলে ধোনীক পৰৱৰ্তী ৭ অক্টোবৰ, বৃহস্পতিবাৰে দেখা পাব, যেতিয়া CSK তেওঁলোকৰ অন্তিম লীগত Punjab Kings বিৰুদ্ধে খেলিব এই খেল অনুষ্ঠিত হ’ব ডুবাইৰন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত ।

media school
Leave A Reply

Your email address will not be published.