খৰধৰ কৰক আৰু আবেদন কৰক

0 7,684

গুৱাহাটীৰ All India Institute of Medical Sciences Guwahati (AIIMS) ত শিক্ষক নিযুক্তিৰ বাবে মুকলি কৰা হৈছে ১৬২টা পদ । এই পদ সমূহ ক্ৰমে – Additional Professor, Associate Professor আৰু Assistant Professor লগতে নাৰ্চিং অফিচাৰ বাবেও থাকিব ঠাই এই পদ সমুহৰ ভিতৰত। আগ্ৰহীসকলে AIIMS ৰ অফিচিয়েল ৱেবচাইটত “aiimsbhubaneswar.nic.in” ত গৈ অনলাইন যোগে আবেদন কৰিব পাৰে । আবেদনৰ অন্তিম তাৰিখ ৪ নৱেম্বৰ ।

AIIMS কতৃপক্ষই আবেদনৰকাৰীৰ বাবে কিছুমান নীতি নিৰ্দেশনা বান্ধি দিছে।ইচ্ছুক প্ৰাৰ্থীয়ে কোনো স্বীকৃতিপ্ৰাপ্ত বোৰ্ড বা বিশ্ববিদ্যালয়ৰ পৰা M.D, M.S, DM, M.Ch, অথবা স্নাতকোত্তৰ হ’ব লাগিব।আবেদনৰ প্ৰক্ৰিয়া ২৩ অক্টোবৰৰ পৰা ইতিমধ্যে আৰম্ভ হৈছে । General আৰু OBCৰ প্ৰাৰ্থী সকলৰ বাবে আবেদনৰ মাছুল ১০০০ টকা আৰু SC/ST ৰ প্ৰাৰ্থীৰ বাবে বিনামুলীয়া । খালী হোৱা পদ সমূহত আবেদনৰ বাবে প্ৰাৰ্থীৰ বয়সৰ সময় সীমা ৫৮ বছৰ ।

Leave A Reply

Your email address will not be published.