আজি বন্ধ অলা, উবেৰ

0 2,766

পেট্ৰ’লৰ মূল্য বৃদ্ধিৰ বাবে গুৱাহাটীত আজি প্ৰতিবাদ সাব্যস্ত কৰে অলা, উবেৰ চালকে । পেট্ৰ’লৰ দাম বঢ়াৰ অনুপাতে ভাড়া বৃদ্ধি নোহোৱাক লৈ অলা, উবেৰ কোম্পানীৰ ওপৰত বাবে ক্ষুব্ধ হৈ ওলাই আহে একাংশ চালক ।

গুৱাহাটীৰ গণেশগুৰি উৰণীয়া সেঁতুৰ তলত বিভিন্ন উত্তাল শ্ল’গানেৰে গুৱাহাটীৰ বিভিন্ন প্ৰান্তৰ পৰা ওলাই আহে অলা, উবেৰ চালক ৰাজ্যত বৃদ্ধি হোৱা ইন্ধনজাত সামগ্ৰীৰ মূল্যই মাধমাৰ শোধাইছে সাধাৰণ জনতাৰ ওপৰত । তাকে লৈ এতিয়া প্ৰান্তে প্ৰান্তে চলিছে চৰকাৰ বিৰোধী প্ৰতিবাদ । এইবাৰ ৰাজপথ উত্তাল কৰিছে অলা চালকে ।

Leave A Reply

Your email address will not be published.