SP আনন্দ মিশ্ৰৰ কৃত্ৰিম জনপ্ৰিয়তাত NIA তদন্ত দাবী কৰি ক্ষোভ উজাৰিছে প্ৰাক্তন সাংসদ ৰমেন ডেকাই

0 725

নিষ্ঠা আৰু সততাৰে সত্যৰ বাটত থাকি কৰ্ম কৰি অহা এজন ব্যক্তি ।শেহতীয়াকৈ সামাজিক মাধ্যমত চৰ্চিত হৈ পৰা নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ বিৰুদ্ধে প্ৰাক্তন সাংসদ ৰমেন ডেকাৰ পোষ্ট।


কেইদিন মান পূৰ্বে ধুবুৰীৰ পৰা বদলি হৈ নগাঁৱৰ দায়িত্ব লোৱা SP আনন্দ মিশ্ৰই ড্ৰাগছৰ বিৰুদ্ধে এক জাগৰণ সৃষ্টি কৰি কেইবাটাও ধৃত ড্ৰাগছ সৰবৰাহকাৰীক কৰায়ক্ত কৰিছে ।তেওঁৰ এই কৰ্মৰ বাবে যথেষ্ট প্ৰশংসা লাভ কৰিছে বিভিন্ন মহলত । ইতিমধ্যে সামাজিক মাধ্যম ধুবুৰীৰ পৰা বদলি হৈ নগাঁৱলৈ অহাৰ পিছৰে পৰা ভাইৰেল হৈ পৰিছে ধীক্ষক গৰাকীৰ ভিডিঅ ।

কিন্তু মঙলদৈৰ প্ৰাক্তন সাংসদ ৰমেন ডেকাই চছিয়েল মেডিয়াত শ্বেয়াৰ কৰা পোষ্টকলৈ সৰ্বত্ৰ প্ৰতিক্ৰিয়াৰ যোৱাৰ উঠিছে । কৃত্ৰিম জনপ্রিয়তা আৰু সংবাদ মাধ্যমৰ দ্বাৰা সৃষ্ট বাতৰিত ক্ষোভ উজাৰিছে সাংসদ গৰাকীয়ে লগতে NIA ৰ পৰা তদন্তও দাবী কৰিছে ।সাংসদ গৰাকীৰ মতে, উচিত তদন্ত হ’লে বহু ৰহস্য ফাদিল হ’ব ।

media school
Leave A Reply

Your email address will not be published.