মুকলি হ’ল মহাবাহু ব্ৰহ্মপুত্ৰ নদী ঐতিহ্য কেন্দ্ৰ

0 5,264

অসমৰ ঐতিহ্য প্ৰদৰ্শন কৰা প্ৰাচীন সামগ্ৰী সমূহ সংৰক্ষণ কৰাৰ বাবে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ এক বৃহৎ পদক্ষেপ । আজি গুৱাহাটীৰ পানবজাৰত মাননীয় উপ ৰাষ্ট্ৰপতি শ্ৰী এম ভেংকায়া নাইডুৱে উদ্বোধন কৰে প্ৰাচীন সামগ্ৰী সংগ্ৰাহালয় “মহাবাহু ব্ৰহ্মপুত্ৰ নদী ঐতিহ্য কেন্দ্ৰ” ।

এই বিশেষ অনুষ্ঠানটিত উপস্থিত থাকে মাননীয় ৰাজ্যপাল অধ্যাপক জগদীশ মুখী আৰু শ্ৰী অশোক সিংঘল ।সকলোৱে এই পদক্ষেপৰ শলাগ লোৱাৰ লগতে অনুষ্ঠানটোত উপস্থিত থাকি সুখী অনুভৱ কৰে বুলি মন্তব্য প্ৰকাশ কৰে

media school
Leave A Reply

Your email address will not be published.