লালুৰ পৰিয়ালত মেলিলে ফাট

0 8,216

লালুপ্ৰসাদ যাদৱৰ পৰিয়ালত সংঘাতপৰিয়ালৰ মাজতেই ফাট মেলি ৰাষ্ট্ৰীয় জনতা দল ত্যাগ কৰি ওলাই আহিল লালুপ্ৰসাদৰ বৰপুত্ৰ তেজপ্ৰতাপ যাদৱ আৰু খুলিলে নিজা দল । লালুৰ দুই পুত্ৰ তেজ প্ৰতাপ আৰু তেজস্বী প্ৰতাপ যাদৱৰ পৰিয়ালকেন্দ্ৰিক সংঘৰ্ষই প্ৰভাৱ পেলাইছে এতিয়া ৰাষ্ট্ৰীয় জনতা দলত।

বৰ্তমান বিহাৰৰ ৰাজনীতি লালুৰ পৰিয়াল বিচ্ছেদৰ বাবে গৰম হৈ আছে আৰু ৰাষ্ট্ৰীয় জনতা দলটো ফাট মেলা পৰিলক্ষিত হৈছে ।এতিয়া অনাগত সময়ত বিহাৰৰ ৰাজনীতিত কি সংঘাত চলিব সেই কথা বিহাৰৰ ৰাইজে অনুমান কৰিব পৰিছে ।

media school
Leave A Reply

Your email address will not be published.