উৎসৱৰ বতৰতে আন এক সুখবৰ , হ্ৰাস হ’ল সোণৰ মূল্য

0 28,092

সমাগত পোহৰৰ উৎসৱ দীপাৱলী । এই উৎসৱৰ বতৰতে উত্থান পতন চলিছে সোণ–ৰূপৰ মূল্যৰ । আৰু বৰ্তমান সময়ত সোণ–ৰূপ ক্ৰয় কৰাৰ বাবে আপোনাৰ ওচৰত আছে এক সোণালী সুযোগ । কিয়নো মাল্টি কম’ডিটিজ এক্সচেঞ্জত (MCX) সোণৰ মূল্য ০.১২ শতাংশ হ্ৰাস হৈছে আনহাতে ৰূপৰ মূল্য  (Silver price) হ্ৰাস পাইছে ০.২৬ শতাংশলৈ।

উল্লেখ্য যে যোৱা বছৰ উৎসৱৰ সময়ত MCXত দহ গ্ৰাম সোণৰ মূল্য আছিল প্ৰায় ৫৬,২০০ টকা আৰু বৰ্তমান সোণৰ MCXত প্ৰতি দহ গ্ৰামত ৪৮,১৪১ টকা । অৰ্থাৎ এতিয়া আপোনালোকে সোণ ক্ৰয় কৰিলে প্ৰায় ৮০৫৯ টকা সস্তাত লাভ কৰিব পাৰিব । অনতিপলমে বজাৰ কৰক আৰু উৎসৱ সোণালী কৰি তোলক ।

media school
Leave A Reply

Your email address will not be published.