হৃদৰোগত আক্ৰান্ত ‘মোহন’ খ্যাত দীপজ্যোতি,চলি আছে অভিনেতাজনৰ অস্ত্ৰোপচাৰ

0 13,492

জনপ্ৰিয় অভিনেতা দীপজ্যোতি কেওট অসুস্থ।হৃদৰোগত আক্ৰান্ত ‘মোহন’ খ্যাত দীপজ্যোতি।জনপ্ৰিয় অভিনেতা দ্বীপজ্যোতি কেওঁট ওৰফে ‘মোহন’ক হেল্থচিটি হস্পিতালত ভৰ্তি কৰা হৈছে।

বৰ্তমান জটিল অস্ত্ৰোপ্ৰচাৰ বাবে সাজু হৈছে ডাঃ মায়ংক আগৰৱালাৰ নেতৃত্বত চিকিৎসকৰ এটা দল। সোমবাৰে বিয়লি ৩ বজাত চিকিৎসালয়ত ভৰ্তি কৰোৱা মোহনৰ সম্প্ৰতি এনজিঅ’প্লাষ্টি অস্ত্ৰোপচাৰ চলি আছে বুলি চিকিৎসালয় কৰ্তৃপক্ষই জনাইছে।

Leave A Reply

Your email address will not be published.